89
newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হয়। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ পিছতে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগণনা আৰম্ভ হয়। শেহতীয়া খবৰ মতে, প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইন্সাফে ১২ খন আসনত আগবাঢ়ি আছে। আনহাতে পিএমএল দলে ৫ খন আসনত আগবাঢ়ি আছে বুলি আহিছে।
Alhamdulillah!