72
ডিজিটেল ডেস্কঃ বলিউডৰ চেলিব্ৰেটিৰ অত্যাচাৰৰ বলি বন কৰা মহিলা৷ চেলিব্ৰেটিৰ অত্যাচাৰত আধাতে কাম এৰিছে বন কৰা মহিলাসকলে৷ “Bookmybai” নামৰ এক প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই তথ্য৷
উক্ত প্ৰতিষ্ঠানটোৱে অনলাইনৰ জৰিয়তে কাম কৰা মহিলা যোগান ধৰে প্ৰয়োজনীয় লোকক৷ কিন্তু শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ সঞ্চালক অনুপম সিনহালে তেঁওৰ প্ৰতিষ্ঠানত বলিউডৰ শিল্পীসকলক নিষিদ্ধ কৰা বুলি প্ৰকাশ কৰিছে৷