62
newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ২৫ জুলাইত অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল এতিয়ালৈ নিৰ্বাচন আয়োগে ৰাজবুৱা কৰা নাই যদিও চৰকাৰৰ গঠন কৰিব প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই দলে।
Pakistan Tehreek-e-Insaf chairman Imran Khan will be sworn-in as the new Prime Minister of Pakistan before August 14