Home গুৱাহাটীঅসম শান্তি প্ৰিয় ৰাজ্য, মিডিয়া আৰু অসমৰ জনগণে ব্যাপক সমৰ্থন আৰু সহায় কৰিছেঃসোণোৱাল

অসম শান্তি প্ৰিয় ৰাজ্য, মিডিয়া আৰু অসমৰ জনগণে ব্যাপক সমৰ্থন আৰু সহায় কৰিছেঃসোণোৱাল

by News Desk
60 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ’ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।তাৰ লগে লগে ৰাজনীতি হোৱাও পৰিলক্ষিত হৈছে৷ ইতিমধ্যে তৃণমূল কংগ্ৰেছে সদন উত্তাল কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সদনত বিৰোধী দলে ৪০ লাখ লোকক পৰিকল্পিত ভাৱে বাদ পেলোৱা বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰশ্নৰ উত্তৰ দি গৃহমন্ত্ৰী ৰাজনাথ সিঙে এনআৰচি উন্নীতকৰণত চৰকাৰৰ কোনো হাত নাই বুলি কৈ বিৰোধী দলে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0