newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন-২০১৮ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক উলিওৱা হয়। স্বচ্ছ ভাৰত অভিযান হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই ঐতিহাসিক পদক্ষেপ।
স্বচ্ছতাৰ মূল্যায়নৰ অৰ্থে দেশৰ প্ৰতিখন জিলাতেই অনুষ্ঠিত কৰি থকা হৈছে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন-২০১৮ কাৰ্যসূচী। ওদালগুৰিতো জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়িত হৈ যায়।