Home গুৱাহাটীনিজ সন্তানৰ খবৰ নলৈ আনৰ সন্তানক বিদ্যালয়লৈ অনা-নিয়া কৰাসকলে কিহৰ বাবে কৰিছে প্ৰতিবাদ?

নিজ সন্তানৰ খবৰ নলৈ আনৰ সন্তানক বিদ্যালয়লৈ অনা-নিয়া কৰাসকলে কিহৰ বাবে কৰিছে প্ৰতিবাদ?

by News Desk
61 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ সমাজক গতিশীল কৰি ৰখা শ্ৰম শক্তিটোৰ অন্যতম পৰিবহণ শ্ৰমিকসকল। শ্ৰমিকসকলে সমগ্ৰ জীৱন যুঁজ দি দেশৰ সেৱা কৰে বুলি কলে ভুলকৈ কোৱা নহ’ব। কেচা সামগ্ৰী কাৰখানালৈ নিয়া, উ९পাদিত সামগ্ৰী বিক্ৰীকেন্দ্ৰত ৰাইজৰ বাবে লৈ অহা, উ९সৱ পাৰ্বণত আন লোকসকল পৰিয়ালৰ সৈতে ব্যস্ত থকাৰ সময়তে চালকসকলে দিনে-নিশাই মানুহ অনা নিয়াত ব্যস্ত থাকে।

নিজৰ লৰা-ছোবালীৰ খবৰ নলৈ আনৰ লৰা-ছোৱালীক বিদ্যালয়ত অনা-নিয়াত ব্যস্ত থকা চালকসকলে দৰমহা নহয় সাধাৰণ মাননি লৈ ত্যাগৰ মনোবৃত্তিৰে সেৱা আগবঢ়ায় আহিছে। শ্ৰমিকসকলে তাৰ বিনিময়ত কেনেদৰে জীৱন নিৰ্বাহ কৰে সেই কথা ৰাইজে অৱগত। যাৰ বাবে শ্ৰমিকসকলে কৈ আহিছে আমি এই দেশৰে নাগৰিক আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰৰ দায়িত্ব আছে। সেয়েহে দীৰ্ঘ সময় ধৰি কেইবাটাও দাবী উত্থাপন কৰি আহিছে শ্ৰমিকসকলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0