Home ৰাজ্যবটদ্ৰৱা থানত সপত্নীক শিক্ষা সচিব চমছেৰ সিঙ, যোগেশ আতৈৰ স্মৃতিত বাতিল জৰুৰী কাৰ্যনিৰ্বাহক

বটদ্ৰৱা থানত সপত্নীক শিক্ষা সচিব চমছেৰ সিঙ, যোগেশ আতৈৰ স্মৃতিত বাতিল জৰুৰী কাৰ্যনিৰ্বাহক

by News Desk
52 views
A+A-
Reset

newsnextone.com | বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ  প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে সোমবাৰে গুৰুজয়ন্তী সন্দৰ্ভত অনুষ্ঠিত হবলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকখন বাতিল কৰা হয়৷

যোৱা ১৭ আগষ্ট নিশা ১০.২০ মিনিটত পৰলোকলৈ গমন কৰা আতৈগৰাকীৰ স্মৃতিত সোমবাৰে এখনি সভা অনুষ্ঠিত কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আতৈৰ পূণ্যাত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0