88
newsnextone.com।নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ৬১নং ধৰ্মপূৰ সমষ্টিৰ উন্নয়ন পৰিৱৰ্তন
জন প্ৰতিনিধি, মন্ত্ৰী- এম.এল.এ.নেতা- দালাল, ঠিকাদাৰ মিলি পথ নিৰ্মাণ, মেৰামতিৰ নামত কৌটি কৌটি লুণ্ঠনৰ গুৰুতৰ অভিযোগ উঠিছে। পথ নিৰ্মাণ, মেৰামতিৰ ফলক লগাই লুণ্ঠন কৰিছে ৰাইজৰ ধন, সভা-সমিতি আদিত বক্তৃতাৰ ফুলজাৰি মাৰি, উন্নয়নৰ ফটাঢোল বজাই, সাধু কৈ লম্ফ- জম্ফ মাৰি ফুৰিছে বুলি ৰাইজৰ মাজত অভিযোগ উঠিছে।
