newsnextone.com । তামুলপুৰঃ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ জাতীয় চেতনা নাই। ৰেজাউল কৰিম সৰকাৰ। সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ জাতীয় চেতনা নাই। ধনঘটা আৰু বিজেপিৰ দালালী কৰা এগৰাকী কৰ্মচাৰীহে মমিনুল আৱাল। সংখ্যালঘু ৰাইজ আৰু অসমৰ প্ৰতি কনো দায়বদ্ধতা নাই এই গৰাকী ব্যক্তিৰ । ইয়াৰ বিপৰীতে বি জে পিৰ বিধায়ক শিলাদিত্যই
উচ্চতম ন্যায়ালয়ক ভেঙুচালি কৰি বক্তব্য প্ৰদান কৰি আহিছে। শিলাদিত্যৰ বক্তব্য মানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।