Home ৰাজ্যমঠিয়াছিগাত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

মঠিয়াছিগাত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

by News Desk
53 views
A+A-
Reset

newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ মঠিয়াছিগা অঞ্চলত কিছুদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা এজনী প্ৰকাণ্ড নাহৰফুটুকী বাঘ আজি পিঞ্জৰাবদ্ধ কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত বনবিভাগে মঠিয়াচিগাস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ কাষত এটা পিঞ্জৰা স্থাপন কৰাত বাঘিনীজনী আবদ্ধ হয়।

সমগ্ৰ অঞ্চলটোত বহুদিনৰ পৰা ৰাইজৰ পোহনীয়া জন্তু খাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। বাঘজনী পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে যদিও আৰু বাঘ থাকি যোৱাৰ আশংকা প্ৰকাশ কৰিছে। সেয়েহে স্থানীয় ৰাইজে বনবিভাগক অনতিপলমে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0