58
newsnextone.com | ওৰাংঃ মাজবাটৰ সুধাকণ্ঠ মুকলি মঞ্চ প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস। তদুপলক্ষে দিনৰ ২ বজাত মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মাই।
উক্ত সভাতেই ছেবাৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড০ সপোন দুৱাৰাক জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।