Home ৰাজ্যনলবাৰীৰ সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি

নলবাৰীৰ সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি

by News Desk
58 views
A+A-
Reset

newsnextone.com | পশ্চিম নলবাৰীঃ অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা বক্তি, বিশিষ্ট নাট্যকাৰ ,অভিনেতা পৰিচালক প্ৰয়াত ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰি অহা দশম বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঙলবাৰে সফল ভাবে সামৰণি পৰে। 

অসমৰ ভিন্ন প্ৰান্তৰ ২৫ টা নাট্য দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ, “তিনি আলিৰ কেকুৰীৰ প্ৰেক্ষাপট” নাটখনে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। নাটৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্যদল ‘তিনি আলিৰ কেকুৰীৰ প্ৰেক্ষাপট’, সমন্বয় ক্ষেত্র ,নলবাৰী, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল ‘কি যে খেলি মেলি’ ,মূৰ্চনা, বিশ্বনাথ চাৰিআলি আৰু তৃতীয় শ্ৰেষ্ঠনাট দল ‘ৰজা ৰানীৰ খেল’, অনাথ বিকাশ কেন্দ্ৰ ,নলবাৰী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0