Home ৰাজ্যব্ৰহ্মপুত্ৰ খহনীয়াগ্ৰস্থ এলেকা বৰচাপৰি এমই স্কুলত শিক্ষক দিৱস উদযাপন

ব্ৰহ্মপুত্ৰ খহনীয়াগ্ৰস্থ এলেকা বৰচাপৰি এমই স্কুলত শিক্ষক দিৱস উদযাপন

by News Desk
55 views
A+A-
Reset

newsnextone.com | বৰচাপৰিঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ অতিশয় পিছপৰা আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্থ সংখ্যালঘু অধ্যুষিত এলেকাধীন বৰচাপৰিত গাঁৱত থকা বৰচাপৰি এমই স্কুলত আজি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰয়াত বৰেণ্য পুৰুষ, কৃতী শিক্ষক আৰু দাৰ্শনিক সৰ্বপল্লী ৰাধা কৃষ্ণনৰ সোঁৱৰণত শিক্ষক দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ 

বিদ্যালয়ৰ প্ৰধান শিক্ষক সাহেদ আলীৰ পৌৰাহিত্যত অনুষ্ঠিত এক মুকলি সভাত কেন্দ্ৰ সমল সমন্বয়ক মাণিক চন্দ্ৰ পাল, পৰিচালনা সমিতিৰ সভাপতি ফকৰউদ্দিন, কেইবাগৰাকী জ্যেষ্ঠ আৰু সহকাৰী শিক্ষক, প্ৰাক্তন ছাত্ৰৰ লগতে গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক মুকলেছুৰ ৰহমানে আঁত ধৰা সভাখনত সহকাৰী শিক্ষক মৰমুজ আলীৰ এক আৰম্ভনি গীতেৰে সভাৰ শুভাৰম্ভনী কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0