Home ৰাজ্যনগাঁৱত ক্ৰাইম ব্ৰাঞ্চৰ ভুৱা বিষয়া আটক, অসম আৰক্ষীৰ লগ’ ব্যৱহাৰ কৰি বিভিন্নজনক প্ৰদান কৰিছিল ভাবুকি

নগাঁৱত ক্ৰাইম ব্ৰাঞ্চৰ ভুৱা বিষয়া আটক, অসম আৰক্ষীৰ লগ’ ব্যৱহাৰ কৰি বিভিন্নজনক প্ৰদান কৰিছিল ভাবুকি

by News Desk
A+A-
Reset
5g544cjLRPJE

নগাঁওঃ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনক ভয়-ভাবুকি প্ৰদান কৰি অহা নগাঁৱৰ এজন যুৱকক কৰায়ত্ত কৰে আৰক্ষীয়ে। আৰক্ষীয়ে কৰায়ত্ত কৰা এই যুৱকজন হৈছে নগাঁও চহৰৰ আজাদ নগৰৰ প্ৰিন্স খান।

জানিব পৰা মতে, এই যুৱকজনে নগাঁৱৰ বিভিন্নজনক নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি ভাবুকি প্ৰদান কৰাৰ উপৰিও নিজৰ চাৰিচকীয়া বাহনখনত অসম আৰক্ষীৰ লগ’ লগাই লোৱাৰ উপৰিও ক্ৰাইম এণ্ড কৰাপশ্যন কণ্ট্ৰ’ল এচ’চিয়েশ্বন বুলি লিখি লৈছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0