58
newsnextone.com। নগাঁওঃ নগাঁৱৰ মধুপুৰত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। মধুপুৰ নামঘৰৰ সমীপৰ পথৰ দাঁতিত মৃতদেহটো পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী তথা স্থানীয় ৰাইজে।