138
newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ দ্বাৰকুছি-কাউৰবাহা-গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নদীৰ বুকুত থকা কাঠৰ দলংখন বহুবছৰ আগতে পানীৰ সোতে উটুয়াই লৈ যায়। পৰৱৰ্তী সময়ত ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদানেৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছিল যদিও সম্প্ৰতি এই বাহৰ দলংখন বৰলীয়াৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।
