Home ৰাজ্যঅসম অৰুণাচল সীমান্তৱৰ্তী পেঙেৰীত আলফা(স্বা)ৰ মৃতদেহ উদ্ধাৰ

অসম অৰুণাচল সীমান্তৱৰ্তী পেঙেৰীত আলফা(স্বা)ৰ মৃতদেহ উদ্ধাৰ

by News Desk
87 views
A+A-
Reset

newsnextone.com লিডুঃ ডিগবৈৰ পেঙেৰীৰ টেকেৰীৰ মাজুলী ঘাটত এজন আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো মাৰ্ঘেৰিটা মহকুমাৰ জাগুণত যোৱা ২৪ তাৰিখৰ নিশা আলফা-সেনাৰ সৈতে হোৱা তুমুল গুলিয়াগুলিত নিহত হোৱা এজন আলফা সদস্যৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। 

মৃত আলফা সদস্য জনৰ ডিঙিত এটা গ্ৰেনেট আৰু মেগজিন থকা দেখা গৈছে। আজি পুৱা এজন মাছমৰিয়াই প্ৰথমে মৃতদেহটো  প্ৰত্যক্ষ কৰি আৰক্ষী আৰু সেনাক খবৰ দিয়ে। পাছত সেনা-আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0