52
newsnextone.com। বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজাইকাটা গৌৰাং নদীত তিনি গৰাকী শিশু পুৱা ৬.৩০ বজাত গা ধুবলৈ গৈ সন্ধানহীন হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছত ৰাইজে তাৎক্ষনিকভাৱে দুটি শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
