বটদ্ৰৱাত বিশ্ব ধপাত বিৰোধী দিৱস উদ্ যাপন, ধপাত সেৱনৰ ফলত...

Home ৰাজ্যবটদ্ৰৱাত বিশ্ব ধপাত বিৰোধী দিৱস উদ্ যাপন, ধপাত সেৱনৰ ফলত হোৱা ৰোগ সম্পৰ্কে সজাগতা সভা আয়োজন

বটদ্ৰৱাত বিশ্ব ধপাত বিৰোধী দিৱস উদ্ যাপন, ধপাত সেৱনৰ ফলত হোৱা ৰোগ সম্পৰ্কে সজাগতা সভা আয়োজন

by News Desk
150 views
A+A-
Reset

newsnextone.comবটদ্ৰৱা সমগ্ৰ বিশ্বতে আজি উদ্ যাপন কৰা হৈছে বিশ্ব ধপাত বিৰোধী দিৱস৷ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় বিশ্ব ধপাত বিৰোধী দিৱস ৷

বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা বৰভেটী প্ৰাথমিক বিদ্যালয়, বটদ্ৰৱা বৰভেটি মোক্তাৱ, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা ভেটিয়নী প্ৰাথমিক বিদ্যালয়ৰ লগতে বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে এই দিৱসটি পালন  কৰা হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0