85
newsnextone.com। খাৰুপেটীয়াঃ শাৰদীয় দূৰ্গোৎসৱলৈ হাতত মাথো কেইটিমান দিন বাকী। সকলো মৃন্ময় শিল্পী প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো দৰঙৰ ব্যৱসায়ীক নগৰ খাৰুপেটীয়াত সৰ্বাধিক পূজা মণ্ডপ আয়োজন কৰিছে খাৰুপেটীয়াবাসী ৰাইজে।
