103
newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ বৃহত্তৰ তামুলপুৰ মহকুমাৰ বিধস্ত ৰাস্তা ঘাট আৰু পয়ালগা স্বাস্থ্য সেৱা উন্নত কৰাৰ দাবীত আজি তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত ৰঙিয়া ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাচকত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷

