Home ৰাজ্যতামুলপুৰত পথ দুৰ্ঘটনা এগৰাকী মহিলা নিহত

তামুলপুৰত পথ দুৰ্ঘটনা এগৰাকী মহিলা নিহত

by News Desk
81 views
A+A-
Reset

newsnextone১১ অক্টোবৰ,তামোলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰংগা মেলা আৰক্ষী চকীৰ শশীপুৰত  দুপৰীয়া ১২ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় । 


পথ দুৰ্ঘটনাটোত শশীপুৰ গাঁওৰ প্ৰাণ কুমাৰ ওৱাৰীৰ পত্নী ৰেচমী ওৱাৰী(51)নিহত হয়। জানিব পৰা মতে এ এছ 25 এফ 1261 নম্বৰ স্কুটি খনৰে ভূটানৰ পৰা আহি থাকোতে দৰংগামেলাৰ সেনা চাউনিৰ সন্মুখত পিছত চকাটো ফুটি নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা পতিত হয়। লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষী সহযোগত মহিলা গৰাকীক কুমাৰীকাটা অসামৰিক চিকিত্সালয়ত ভৰ্তি কৰোৱা হয়  যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0