Home ৰাজ্যবাক্সা জিলাৰ নাগ্ৰীজুলিত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷

বাক্সা জিলাৰ নাগ্ৰীজুলিত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷

by News Desk
61 views
A+A-
Reset

 

 www.newsnextone.com/তামুলপুৰ:  আজি পুৱা বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তর্গত ১ নং বগৰীখুটিত উদ্ধাৰ হৈছে এটি বনৰীয়া হাতীৰ মৃতদেহ। স্থানীয় ৰাইজে বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষী চকী আৰু বন বিভাগৰ লোকক খবৰ দিয়ে। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
  যোৱা ৪ অক্টোবৰৰ ৰাতিপুৱাও ১ নং বগৰীখুটিত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। হাতী মানুহৰ সংঘাতত বিধ্বস্ত হৈ পৰিছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চল। এইটো বছৰত তামুলপুৰ মহকুমাত ৫ টাকৈ বন্য হাতীৰ মৃত্যু হোৱাৰ উপৰিও একাধিক লোক বন্যহাতীৰ আক্ৰমণত নিহত  হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0