Home ৰাজ্যবড়িগোগ বনভাগ ব্লক কংগ্ৰেছত সমন্বয়ক নিযুক্তি

বড়িগোগ বনভাগ ব্লক কংগ্ৰেছত সমন্বয়ক নিযুক্তি

by News Desk
54 views
A+A-
Reset

www.newsnextone.com| নলবাৰী: নলবাৰী ৰাজ্যখনত কংগ্ৰেছ দলে পূৰ্বৰ স্হিতি পুনৰ ঘুৰাই অনাৰ বাবে দলটোৰ শীৰ্ষ নেতৃবৰ্গই সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো বিশেষ তত্পৰতা বহন কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জিলা খনৰ বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ কৰ্মী সকলৰ সতে সহজে সম্পৰ্ক ৰক্ষাৰ বাবে দুগৰাকী ব্লক সমন্বয়ক নিযুক্তি দিছে৷ কংগ্ৰেছৰ শক্তি অভিযানৰ সমন্বয়ক হিচাপে প্ৰদীপ সাউদক আৰু লোক সম্পৰ্ক অভিযানৰ বাবে মমতাজ আহমেদক সমন্বয়ক হিছাপে ৰাজ্যিক কমিটীয়ে নিযুক্তি দিছে বুলি বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভূবনেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0