Home ৰাজ্যজাগুনত বাইক চোৰ আটক

জাগুনত বাইক চোৰ আটক

by News Desk
58 views
A+A-
Reset

www.newsnextone.com।লিডু: তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী চকী অন্তৰ্গত তিনিসুঁতি গাঁৱৰ পৰা আজি আৰক্ষীয়ে মটৰ চাইকেল সহ এজন চুৰ আটক কৰে । জাগুন আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি মটৰ চাইকেল সহ চুৰ জনক আটক কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাগুন বজাৰৰ মাজ মজিয়াৰ পৰা ছাজেন প্ৰধান নামৰ ব্যক্তি জনৰ এখন AS 23 M 0937 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল হেৰাইছিল । লগে লগে মটৰ চাইকেলখনৰ গৰাকীয়ে জাগুন থানাত এখন এজাহাৰ দিয়ে সেই সময়ৰ পৰা জাগুণ আৰক্ষীয়ে অভিযান চলাই আজি লেখাপানীৰ থানাৰ অন্তৰ্গত তিনিসুঁতিত মটৰ চাইকেলসহ চুৰ জনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ব্যক্তিজন লংটং গাঁৱৰ বিশাল মুৰা বুলি জানিব পৰা গৈছে । বৰ্তমান ধৃত ব্যক্তিজনক জাগুন আৰক্ষী চকীত জেৰাৰ অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0