109
www.newsnextone.com| ওদালগুৰিঃ অহা ১৯ অক্টোবৰত ড্ৰাই দে ঘোষণা কৰিছে ওদালগুৰি জিলা প্ৰশাসনে।
জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস স্বাক্ষৰিত এক জাননী যোগে অহা ১৯ অক্টোবৰত বিজয়া দশমী উপলক্ষে ওদালগুৰি জিলাখনৰ সমূহ সুৰা বিপনী বন্ধ ৰখাৰ নিৰ্দেশ দিছে।