70
ডিজিটেল ডেস্ক |তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আৰু নাগ্ৰিজুলিত “গ্ৰাম্য বিকাশ মন” নামৰ বে-চৰকাৰী সংস্থাটোৰ ব্যতিক্ৰমী পদক্ষেপ। দূর্গা পূজা স্থলীত জনসাধাৰণৰ মন আৰু মগজু জোৰ পেলাবলৈ “গ্ৰাম্য বিকাশ মন” নামৰ বেচৰকাৰী সংস্থাটোৱে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷
