88
ডিজিটেল ডেস্ক |নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ চান্দকুছিৰ ঘিল্লা চ’কত ১৫ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈকে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে দুৰ্গা পূজাৰ যো জা চলিছে৷ সেই অনুসৰি ১৫ অক্টোবৰ সোমবাৰে পুৱা পৰিৱেশ নিষ্কাষণ, ধৰ্মধ্বজা উত্তোলন , দেৱীৰ বোধন, আমন্ত্ৰণ ও অধিবাস, সন্ধিয়া বন্তি প্ৰজ্বলন, নিশা শ্ৰী শ্ৰী দুৰ্গোৎসৱ উদ্ধোধন৷
