53
ডিজিটেল ডেস্ক |মৰিগাঁওঃ মৰিগাঁও চহৰত নবমীৰ নিশা আৰক্ষীৰ দ্বাৰা সংঘটিত সংবাদ কৰ্মী নিগ্ৰহৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে জিলা খনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই।
আৰক্ষী অধীক্ষক ডেকাই আজি উক্ত ঘটনাত দুখ প্ৰকাশ কৰি তদন্ত ঘোষণা কৰাৰ লগতে অন্যতম অভিযুক্ত ভৰত নাথক ৰিজাৰ্ভ ক্ল’জ কৰে।