Home ৰাজ্যউলংগ অৱস্থাত আৰক্ষীৰ মৃতদেহ উদ্ধাৰ

উলংগ অৱস্থাত আৰক্ষীৰ মৃতদেহ উদ্ধাৰ

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্ক |তেজপুৰঃ তেজপুৰৰ গনেশ ঘাটত আজি পুৱা এজন আৰক্ষী কনিষ্টবলৰ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। উল্লেখযোগ্য যে বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবল মিন্টু বৰাই দীৰ্ঘদীন ধৰি চাকৰিৰ পৰা আতৰি আছিল৷ আনহাতে চাকৰিৰ পৰা আতৰত থাকি নিজ চহৰৰ আশে পাশে ঘূৰি ফুৰিছিল মিন্টু বৰা নামৰ আৰক্ষীজন৷ কিন্তু আজি পুৱা হঠাতে তেখেতৰ উলংগ মৃত শৰীৰ উদ্ধাৰ হয় গণেশ ঘাটত৷ ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষী মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0