Home ৰাজ্যতিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন

by News Desk
54 views
A+A-
Reset

ডিজিটেল ডেস্ক |কাজিৰঙাঃ অহা ৩০ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ ৰিজৰ্টত “Good and Replicable Practices and Innovations in Public healthcare Systems for 2018” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হ’ব।

৩০ অক্টোবৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জে.পি নাড্ডাই সন্মিলনখনৰ শুভ উদ্বোধন কৰাৰ লগতে শুভ উদ্বোধন অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূখ্য অতিথি স্বৰূপে উপস্থিত থকাৰ উপৰিও অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি ও পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0