Home ৰাজ্যবটদ্ৰৱাত দিন দুপৰতে চুৰে লুটি নিলে লক্ষাধিক টকাৰ সোনৰ গহনা

বটদ্ৰৱাত দিন দুপৰতে চুৰে লুটি নিলে লক্ষাধিক টকাৰ সোনৰ গহনা

by News Desk
78 views
A+A-
Reset

নগাঁওঃ  নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত বটদ্ৰৱা সৰুহিছা গাঁওবাসীৰ লগতে নগাঁও আৰক্ষীক আতংকিত কৰি আজি দিন দুপৰতে এক ডকাইতিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নিবাসী উপেন কাকতি আৰু তেওঁৰ পত্নী সুমিত্ৰা খাটনিয়াৰ ঘৰত দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ ঘৰৰ ছিলিঙৰ এচি বৰ্ডৰ ওপৰৰ চাং ভাঙি কোনো দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি লুট পাত কৰি নিয়ে ৷ 

বিদ্যালয়ত চাকৰি কৰা সুমিত্ৰা খাটনিয়াৰ বিয়লি ঘৰলৈ ওভতি আহি ভিতৰৰ কোঠাৰ এচি বৰ্ড ভাঙি থকাৰ লগতে ভিতৰৰ কোঠা আৰু পিছফালৰ দুৱাৰ খুলি থকাৰ ওপৰিও সামগ্ৰীবোৰ চেদেলি-ভেদেলি হৈ থকা দেখি হুলস্থুল কৰাত প্ৰতিবেশী লোক গোট খোৱাত দিন-দুপৰতে চুৰি কাৰ্য সংঘটিত হোৱাৰ বিষয়টো পোহৰলৈ আহে ৷ 
পিছত ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ গতানুগতিকতাৰে তদন্ত আৰম্ভ কৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0