Home ৰাজ্যপাহৰণিৰ গৰ্ভত ভয়াৱহ ৩০/১০ ধাৰাবাহিক বিস্ফোৰণ

পাহৰণিৰ গৰ্ভত ভয়াৱহ ৩০/১০ ধাৰাবাহিক বিস্ফোৰণ

by News Desk
89 views
A+A-
Reset

কোকৰাঝাৰঃ  ৰাজ্য কপাই যোৱা ২০০৮ চনৰ ৩০ অক্টোৱৰৰ ধাৰাবাহিক বিস্ফোৰণৰ দিনটো আহিলেই আজিও উচুপি উঠে কোকৰাঝাৰৱাসী৷ ধাৰাবাহিক বোমা বিস্ফোৰণত বহুসংখ্যক নিৰীহ লোকৰ প্ৰাণ হানি হোৱাৰ উপৰি অগণন লোকে চিৰদিনৰ বাবে ঘুণীয়া হৈ পংগুত্বৰ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ৷ ভয়াৱহ ধাৰাবাহিক বোমা বিস্ফোৰণে আজি দহটা বছৰ অতিক্ৰম কৰিলে আৰু ৰাজ্য জুৰি সন্ত্ৰাস বিৰোধী দিন হিচাপে পালন কৰি ৰাজ্যবাসীয়ে বন্তি প্ৰজ্জ্বলনেৰে  নিহতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে যদিও আজিও যেন মৃতকৰ আত্মাই নীৰৱে উচুপে ৷ গুৱাহাটিৰ গণেশগুৰি, পানবজাৰ, কাছাৰী, বৰপেটাৰোডৰ উপৰি বিটিচিৰ সদৰ ভূমি কোকৰাঝাৰ সদৰ চহৰৰ তিনিটাকৈ স্থানত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰি সন্ত্ৰাসৱাদীয়ে বহু লোকৰ প্ৰাণহানি কৰিছিল আৰু শতাধিক লোক গুৰুতৰ ভাৱে আহত হৈছিল ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0