কাজিৰঙাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি সাত মন্ত্ৰীৰ উপস্থিতিত ”...

Home ৰাজ্যকাজিৰঙাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি সাত মন্ত্ৰীৰ উপস্থিতিত ” স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮ ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

কাজিৰঙাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি সাত মন্ত্ৰীৰ উপস্থিতিত ” স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮ ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

by News Desk
62 views
A+A-
Reset

কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত  আজিৰ পৰা তিনি দিনীয়া বিভিন্ন  কাৰ্য্যসূচীৰে কাজিৰঙাৰ  কহঁৰাস্থিত বৰগছ পৰ্যটন নিবাসত ” স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮ ” শীৰ্ষক ৰাষ্ট্ৰীয়  সন্মিলন আৰম্ভ  হয়। 

আজি এই সন্মিলন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন  কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ দেশৰ লগতে অসমতো স্বাস্থ্য সেৱাত দ্ৰুত গতিত উন্নয়ণ আৰম্ভ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধান মন্ত্ৰীৰ শুভ দৃষ্টি পৰাত নতুন নতুন আচঁনিৰে জনসাধাৰণৰ উন্নয়ণ সম্ভৱ হৈ উঠিছে । অসমত বিভিন্ন দিশত  উন্নয়ণৰ পথ দেখি নব্য প্ৰজন্মৰ মনত এক জাগৰণ সৃষ্টি হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । অন্যহাতে বিশ্বৰ একমাত্ৰ এটা খড়্গ থকা গড়ঁৰ বসতি স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ বিষয়ে সম্পৰ্কীয় লোকৰ মাজত প্ৰচাৰ কৰিবলৈ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি সকলক আহ্বান জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0