গৌৰীসাগৰত জিতেন দত্তক আটক, গুৱাহাটীলৈ প্রেৰণ

Home ৰাজ্যগৌৰীসাগৰত জিতেন দত্তক আটক, গুৱাহাটীলৈ প্রেৰণ

গৌৰীসাগৰত জিতেন দত্তক আটক, গুৱাহাটীলৈ প্রেৰণ

by News Desk
78 views
A+A-
Reset

শিৱসাগৰঃ বৃহস্পতিবাৰে নিশা শদিয়াৰ ধলাত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই আজি আলফাক আলোচনাপন্থী গোটৰ জিতেন দত্তসহ দুজন নেতাক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ কিয় তেওঁলোকক আটক কৰা হ’ল, সেই বিষয়ে আৰক্ষীয়ে একো প্ৰকাশ কৰা নাই৷ অৱশ্যে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে জনোৱা মতে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে তেওঁলোকক আটক কৰা হৈছে৷ 

দিনৰ প্রায় ১১ বজাত গৌৰীসাগৰ থানা তিনিআলিত তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত অতিৰিক্ত আৰক্ষী অধীক্ষক দেউৰীৰ উপস্থিতিত গৌৰীসাগৰ আৰক্ষীয়ে দত্তক আটক কৰে৷ ইয়াৰ পাছতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী ভৰি পৰে দত্তক আটক কৰাৰ স্থানত৷ ক্ষুব্ধ জনতাই ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ প্রায় এঘন্টাৰ বাবে অৱৰোধ কৰি উত্তাল প্রতিবাদ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0