67
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালি, গটঙাত, লাওখোৱাত আদিত বন্ধ সমৰ্থকৰ চূড়ান্ত বিক্ষোভ প্ৰদৰ্শন কৰে।
ধলাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত একাংশ বাঙালী সংগঠনে দিয়া ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত সোণাৰিবালিত ট্ৰায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে প্ৰতিবাদকাৰীসকলে। গটঙাত আবদ্ধ হৈ আছে গুণোৎসৱৰ বাবে অহা বহু সংখ্যক শিক্ষক।