‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতিকথা’ উন্মোচন

Home ৰাজ্য‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতিকথা’ উন্মোচন

‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতিকথা’ উন্মোচন

by News Desk
55 views
A+A-
Reset

গুৱাহাটীঃ সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পুঁজিবাদ আৰু সমাজবাদৰ সংঘাতৰ চলি থকাৰ মাজতে বাঢ়ি গৈছে সামাজিক অসমতা৷ এনে এক প্ৰেক্ষাপটতে সমাজবাদে পুনৰ প্ৰাসংগিকতা লাভ কৰিছে৷ দেশৰ এই সন্ধিক্ষণত প্ৰবীণ বাওঁপন্থী নেতা তথা বিশিষ্ট লেখক অৱনী বৰঠাকুৰে উপহাৰ দিছে তেওঁৰ অভিজ্ঞতাপুষ্ট জীৱন-গাথা৷ ৯০ বছৰীয়া বৰঠাকুৰৰ আৰু আখৰ প্ৰকাশনে প্ৰকাশ কৰা ‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ স্মৃতিকথা’ নামৰ আত্মজীৱনীখন আজি উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁয়ে। গুৱাহাটীস্থিত ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আযোজিত উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞই৷ সভাত উপস্থিত থাকে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক নিত্য বৰা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0