Home ৰাজ্যস্বচ্ছতাৰ দিশত এখোজ… ডিফু চহৰত ডাষ্টবিন বিতৰণ

স্বচ্ছতাৰ দিশত এখোজ… ডিফু চহৰত ডাষ্টবিন বিতৰণ

by News Desk
A+A-
Reset
clean

ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুক জিলাখনৰ ভিতৰতে এখন জাবৰমুক্ত পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰেটাৰ ডিফু বজাৰ কমিটীয়ে চহৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন বিতৰণ কৰে৷ 

আজি দুপৰীয়া গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিৰেণ ৰংপি, সাধাৰণ সম্পাদক এণ্ডাৰচন ৰংফাৰ, যুটীয়া সম্পাদক ৰিচাৰ্ড ইংতি আৰু বজাৰ কমিটীৰ বিভিন্ন বিষয়ববীয়াই চহৰৰ বিভিন্ন স্থানত সৰু-বৰ ৩১ টা প্লাষ্টিকৰ ডাষ্টবিন বিতৰণ কৰাৰ লগতে সভাপতি বিৰেণ ৰংপিয়ে ব্যৱসায়ীসকলক জমা হোৱা জাবৰ-জোঁথৰ ডাষ্টবিনত পেলাবলৈ আহ্বান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0