Home ৰাজ্যস্বাস্থ্য সজাগতাৰ লক্ষ্যৰে ডিফুৰপৰা হোজাইলৈ ২৫ জনীয়া চাইক্লীষ্টৰ দল

স্বাস্থ্য সজাগতাৰ লক্ষ্যৰে ডিফুৰপৰা হোজাইলৈ ২৫ জনীয়া চাইক্লীষ্টৰ দল

by News Desk
A+A-
Reset
cycle

ডিফুঃ পূব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চৌহদৰপৰা হোজাইলৈ ‘স্বাস্থ্যৱান ভাৰত’ৰ বাৰ্তা লৈ এক যাত্ৰা আৰম্ভ কৰিছে ২৫ জনীয়া চাইক্লীষ্টৰ দল এটাই। 

এই যাত্ৰাৰ ফ্লেগষ্টাফ অফ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি ফুড ছ’চাইটী এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই ‘পান ইণ্ডিয়া চাইক্লথন’ৰ ‘ইট ৰাইট’ আন্দোলনক লক্ষ্য হিচাপে লৈ সমগ্ৰ ভাৰততে আৰম্ভ কৰা আন্দোলনৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ দলে যোৱা ১৬ অক্টোবৰৰপৰা ত্ৰিপুৰাৰ আগৰতলাৰপৰা ক্ৰমে, মিজোৰাম, নাগালেণ্ড, আৰু আজি ডিফুৰপৰা ২৫ জনীয়া দলে এই যাত্ৰা আৰম্ভ কৰে। হোজাইত অইন দলৰ হাতত তেওঁলোকে বেটন হস্তান্তৰ কৰিব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0