Home ৰাজ্যসৰু বোপাইক মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক… পৰেশ বৰুৱালৈ আহ্বান

সৰু বোপাইক মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক… পৰেশ বৰুৱালৈ আহ্বান

by News Desk
63 views
A+A-
Reset

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ‘বহুদিন দেখা নাই মোৰ সৰু বোপাইক। প্ৰায় দুমাহে খবৰ নাই মোৰ তাৰ। ক’ত আছে সি? পূজাৰ বতৰত এজোৰ কাপোৰ দিবলৈ অনুৰোধ জনোৱা বোপাই আজি দুমাহে অহা নাই ঘৰলৈ। শুনিছোঁ সি হেনো আলফাত যোগদান কৰিছে। কিন্তু কোনেও নিশ্চিতকৈ ক’ব পৰা নাই সেই কথা। গতিকে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই স্পষ্ট কৰক৷ মোৰ সৰু বোপাইক সোঁশৰীৰেৰে মোৰ বুকুৰ মাজলৈ ঘূৰাই পঠিয়াওক।’ কান্দি কান্দি আলফা সেনাধ্যক্ষ পৰেশ বৰুৱালৈ এই আহ্বান নিৰুদ্দিষ্ট জয়ন্ত ডেকাৰ অসহায় মাতৃৰ। 

উল্লেখ্য যে ওদালগুৰি সদৰৰপৰা প্ৰায় ২১ কিল’মিটাৰ দূৰৈৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত আমলাইগুৰি গাঁৱৰ বাসিন্দা প্ৰদীপ ডেকা আৰু গীতা ডেকাৰ কণিষ্ঠ পুত্ৰ জয়ন্ত ডেকা (২২) বিগত ১৯ ছেপ্টেম্বৰৰপৰা নিৰুদ্দেশ হৈ আছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0