Home ৰাজ্যদিব্যাংগৰ আঁচনিয়ে কিয় ঢুকি নাপায় মৃদুলহঁতক? কিয় আত্মহনন কৰিবলগা হ’ল স্নাতক ডিগ্ৰীধাৰীয়ে?

দিব্যাংগৰ আঁচনিয়ে কিয় ঢুকি নাপায় মৃদুলহঁতক? কিয় আত্মহনন কৰিবলগা হ’ল স্নাতক ডিগ্ৰীধাৰীয়ে?

by News Desk
77 views
A+A-
Reset

মৃদু কাশ্যপ, মৰিগাঁওঃ কেন্দ্ৰীয় চৰকাৰৰ ‘আচ্ছে দিন’ আৰু ৰাজ্য চৰকাৰৰ ‘পৰিৱৰ্তন’ৰ শ্ল’গানক কাৰ্যতঃ ভেঙুচালি কৰি মৰিগাঁও জিলাৰ কাণফলাত বিশেষভাৱে সক্ষম স্নাতক ডিগ্ৰীধাৰী যুৱক এজনে অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগী আত্মহত্যা কৰে। এই ঘটনাৰ পাছত উদ্ধাৰ হোৱা আত্মহত্যাৰ টোকা আৰু চৰকাৰী সাহায্য প্ৰদানত হোৱা দুৰ্নীতি-অনিয়ম সন্দৰ্ভত উত্থাপিত কেতবোৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কাণফলা নিবাসী মৃদুল কলিতা (২৯) নামৰ বিশেষভাৱে সক্ষম যুৱকজনৰ মৃতদেহ দেওবাৰে নিশা নিজ বাসগৃহৰ পিছফালে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। পৰিস্থিতিগত সাক্ষ্যৰপৰা এয়া এক আত্মহত্যাৰ ঘটনা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0