75
ওদালগুৰিঃ ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদাগাঁৱত ডাইনীৰ সন্দেহত সংঘটিত এক হত্যাকাণ্ডৰ বুধবাৰে ৰায়দান কৰে ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰন্যায়ধীশৰ আদালতে।
অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ এন তালুকদাৰৰ আদালতে জাকুণ্ডা নাৰ্জাৰীক যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।