50
তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নামগাঁওস্থিত এটা পৰিত্যক্ত ঘৰৰ ভিতৰত উদ্ধাৰ হয় এটা পুৰুষৰ মৃতদেহ ৷
পিন্ধনত টি ছাৰ্ট আৰু পেন্ট পৰিহিত লোকজনৰ বয়স ৩০ ৰপৰা ৩৫ বছৰ হ’ব বুলি অনুমান কৰা হৈছে ৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.