পঞ্চায়ত নিৰ্বাচনৰ অন্তিম দিনা শ শ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Home ৰাজ্যপঞ্চায়ত নিৰ্বাচনৰ অন্তিম দিনা শ শ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

পঞ্চায়ত নিৰ্বাচনৰ অন্তিম দিনা শ শ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

by News Desk
62 views
A+A-
Reset

বিলাসীপাৰাঃ ৰাজ্যখনৰ দুটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়নৰ সোমবাৰে সফল সামৰণি পৰে। উক্ত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰা মহকুমাৰ বিভিন্ন পঞ্চায়তৰ পৰা অগপ, কংগ্ৰেছ, বি জে পি, এ আই ইউ ডি এফৰ দলৰ লগতে দলীয় প্ৰাৰ্থীত্বৰপৰা বঞ্চিত হোৱা প্ৰাৰ্থীত্ব প্ৰত্যাশিয়ে নিৰ্দলীয় হিচাপে শ শ সমৰ্থক লৈ অন্তিম দিনা বিলাসীপাৰা মহকুমাৰ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্র দাখিল কৰে। 

আনহাতে মনোনয়ন পত্র দাখিল কৰা কিছুমানে কংগ্ৰেছ দল ত্যাগ কৰি এ আই ইউ ডি এফ দল ত্যাগ কৰি কংগ্ৰেছ বা অগপত যোগদান কৰি প্ৰাৰ্থীত্ব লাভ কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হয়। তাৰ জলন্ত উদাহৰণ পানবাৰীৰ এ আই ইউ ডি এফৰ হাই প্ৰফাইল জিলা পৰিষদৰ সদস্য আ: ৰেজ্জাকে বৰ্তমান এ আই ইউ ডি এফ দলৰ ভৱিষ্যতে গোৰ অন্ধকাৰ নামি অহা গোন্ধ পাই এৰাতিৰ ভিতৰতে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ পাছত তেওঁৰ পত্নীয়ে কংগ্ৰেছ দলৰ টিকট লাভ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0