Home ৰাজ্যনিষিদ্ধ জলাহত মাছ ধৰি ৰঙাঘৰত মাছমৰীয়া

নিষিদ্ধ জলাহত মাছ ধৰি ৰঙাঘৰত মাছমৰীয়া

by News Desk
64 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰঙৰ ৰাজীৱ গান্ধী ওৰাংৰাষ্ট্ৰীয় উদ্যানত চাৰিজন  চোৰাং মাছমৰীয়া আটক কৰে বন সুৰক্ষা কৰ্মীয়ে।

বুধবাৰে মাছমৰীয়া চাৰিজনে গোপনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবৈধভাৱে প্ৰৱেশ কৰি মাছ মাৰিবলৈ যো-জা কৰি থকা সময়তে মাছ মৰা জাল, মাছ ৰখা টিনৰ পাত্ৰ, ৰছী আদি সা-সঁজুলিসহ ২ নং বছা-শিমলু গাঁৱৰ নুৰ ইছলাম, আজিবুৰ ৰহমান, আব্দুল ছিদ্দিক আৰু মহম্মদ আলী নামৰ চোৰাং মাছমৰীয়া চাৰিজনক ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0