63
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টা সংগঠনৰ দেওবাৰে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিছে।
কাইলৈৰপৰা তিনিটা পৰ্যয়ত হ’ব বিধেয়কৰ বিৰুদ্ধে প্ৰত্যেক জিলাতে গণ সত্যাগ্ৰহ। ২৮ নৱেম্বৰত সাংবাদিক, লেখক, বুদ্ধিজীৱী আৰু নাগৰিক সমাজক লৈ কৃষক মুক্তিৰ কাৰ্যলয়ত জাতিধ্বংসী বিধেয়কখনক লৈ আলোচনা আৰম্ভ কৰা হ’ব।