Home ৰাজ্যমন্ত্ৰী ছুম ৰংহাঙৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা সৰবৰাহ

মন্ত্ৰী ছুম ৰংহাঙৰ পৃষ্ঠপোষকতাত অবৈধ কয়লা সৰবৰাহ

by News Desk
A+A-
Reset
download

কাৰ্বি আংলংঃ পৰিৱৰ্তনৰ শ্ল’গানেৰে দিল্লী, দিছপুৰ তথা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলংত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল যদিও তেনে চৰকাৰ তথা চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ আজিও কিন্ত পৰিৱৰ্তন নহ’ল৷ ৰাজনৈতিক নেতা, পালিনেতা তথা জিলা প্ৰশাসনৰ উচ্চ-পদস্ত বিষয়াৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলংত দীৰ্ঘ বছৰৰ পৰা অব্যাহত আছে অবৈধভাৱে কয়লা খনন কাৰ্য৷ জাতি-মাটি-ভেটি ৰক্ষা তথা দুৰ্নীতিমুক্তৰ শ্ল’গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ দিনতো চলিছে ৰাজ্যখনত বিভিন্ন অবৈধ ব্যৱসায়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংতো বৰ্তমান অব্যাহত আছে পূৰ্ণ গতিত অবৈধভাৱে কয়লাৰ খনন কাৰ্য৷ এই ক্ষেত্ৰত দীৰ্ঘদিনধৰি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰাৰ উপৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0