Home ৰাজ্যঅসম অৰুণাচল সংযোগী চাৰিখনকৈ গেট বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে

অসম অৰুণাচল সংযোগী চাৰিখনকৈ গেট বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে

by News Desk
65 views
A+A-
Reset

কাকপথাৰঃ অসমৰ সীমামুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ, মটক, আহোম, কছাৰী, দেউৰী, আদিবাসী, মিচিং জনগোষ্ঠীকেইটাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৰুণাচল প্ৰদেশৰ চাৰিটাকৈ সংগঠন ক্ৰমে UIPFL, UPMOL, ALAYA, COBs ৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক য়ুৱ  ছাত্ৰ-সন্মিলন, সদৌ টাই আহোম যুৱ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, আদিবাসী সূৰক্ষা সমিতিৰ সহযোগত আজি পূৱা ৬ বজাৰ পৰা ৪৮ ঘন্টাৰ বাবে অৰুণাচল প্ৰদেশৰ অসম সংযোগী চাৰিখনকৈ গেট বন্ধ ঘোষণা কৰিছে ৷ 

প্ৰতিবাদকাৰী সকলে স্থানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ আৰু জনজাতিত অন্তভুক্তৰ দাবীত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী চাৰিখনকৈ গেট বন্ধ কৰি No PRC No Rest, PRC Our Birth Right আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ডিৰাক গেট, সোনপোৰা গেট, শান্তিপুৰ গেট আৰু বৰডুমচা গেট আজি পুৱাৰে পৰা ৪৮ ঘন্টাৰ বাবে বন্ধ হৈ পৰিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0