Home ৰাজনীতিদলগাৱঁত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰকিবুলৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ

দলগাৱঁত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰকিবুলৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ

by News Desk
77 views
A+A-
Reset

খাৰুপেটীয়াঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলগাঁৱত নিৰ্বাচনী বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে। দৰঙৰ সমষ্টি অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ অফিচ বজাৰস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি অনুষ্ঠিত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাম কাজক লৈ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে অগপ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে । 

একমাত্ৰ আজমল বাহিনীৰ বাবেই অসমত বিজেপি চৰকাৰ হোৱা বুলি তেওঁ মন্তব্য কৰে। প্ৰায় তিনি সহস্ৰাধিক লোকক উদ্দ্যেশি ৰকিবুলে কয়- এ আই ইউ ডি এফক এটা ভোট দিয়া মানে বিজেপিক দুটা ভোট দিয়াৰ সমান। সেয়েহে তেওঁ কংগ্ৰেছৰ সকলো মনোনীত প্ৰাৰ্থীক হাতৰ ছবিত ভোট দি তলা-চাবিক দলগাঁৱৰ পৰা চিৰ বিদায় দিয়াৰ আহবান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0