66
নগাঁওঃ অসম ৰাজ্যিক আজীৱীকা মিচন চমুকৈ ASRLM মিচনৰ ডাইৰেক্টৰ শ্ৰীমতী নন্দিতা হাজৰিকা (এ চি এচ)ই বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ DDU-GKY আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে৷
